অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ সম্পাদক নৰেশ কলিতা।