ৰমেন ধন ডেকা 𝓡𝓪𝓶𝓮𝓷 𝓓𝓱𝓪𝓷 𝓓𝓮𝓴𝓪 @dhan__13 Replying to @dhan__13 প্ৰকৃতিৰ সৈতে সংযোগ: যান্ত্ৰিকতাৰ পৰা আঁতৰি সেই এঘণ্টা সময় প্ৰকৃতি আৰু পৰিয়ালৰ সৈতে অতিবাহিত কৰা। আজি নিশা ৮:৩০ - ৯:৩० • লাইট নুমুৱাওক। 💡🚫 • শক্তি ৰাহি কৰক। • প্ৰকৃতিৰ সুৰক্ষাৰ সংকল্প লওক।।��✨ #assam #earthhour #climate (৪/৪) 9:46 AM · Mar 28, 2026 · 17 Views 17